অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা |
---|
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে , যাৰ সংস্কৰণ নং হৈছে 1.21wmf2 (c42bb23)। |
মুঠ প্ৰবন্ধ সংখ্যা 1,637টা। |
মুঠ পৃষ্ঠা আছে 28,738 খন। |
মুঠ সম্পাদনা কৰা হৈছে 99,996 বাৰ। |
মুঠ 1,615টা ফাইল আপল’ড কৰা হৈছে। |
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 5,572 জন, সক্ৰিয় সদস্য 75 জন আৰু 6 জন প্ৰশাসক আছে। |
এই তথ্যসমূহ 4 নৱেম্বৰ, 2012 তাৰিখৰ 07:28 বজালৈ প্ৰযোজ্য। শেহতীয়া তথ্য চাওক |
অক্টোবৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:
- ভাল প্ৰবন্ধ
- অন্যান্য কেইটামান প্ৰবন্ধ উল্লেখনীয় প্ৰবন্ধ
- বাংলাদেশৰ মুক্তিযুদ্ধ
- ৱাটাৰ (২০০৫ চলচ্চিত্র)
- ভাৰতীয় চুক্তি আইন ১৮৭২
- সৈনিক স্কুল, গোৱালপাৰা
- গ্ৰেইজ এনাটমী
- গুৱাহাটী উচ্চ ন্যায়ালয়
- শৰাইঘাটৰ যুদ্ধ
- নলবাৰী মহাবিদ্যালয়
- মাগোল
- জোনবিৰি (গল্প সংকলন)
- ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা
- নটৰাজ থিয়েটাৰ
- নামৰূপ
- ৱান ডাইৰেকশ্বন
শেহতীয়াভাৱে মৃত্যু হোৱা ব্যক্তি
ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিত অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
- নিৰ্বাচিত চিত্ৰ
- অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম
- শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ চৰিত্ৰ আৰু পাঁচালী অসমীয়া ৱিকিউৎসত ধনজিৎ শৰ্মাই মুদ্ৰনলিখন কৰিছে।
- লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা গ্ৰন্থৰ হাস্যৰসাত্মক ৰচনাসমূহ অসমীয়া ৱিকিউৎসত অনামিকা বৰুৱাই মুদ্ৰনলিখন কৰি সম্পূৰ্ণ কৰিলে।
- উল্লেখনীয় ৱিকিপিডিয়া পদক
- অনামিকা বৰুৱালৈ – অনুবাদ পদক : “স্বামী নিগমানন্দ” প্ৰমূখ্যে আন বহুকেইটা প্ৰবন্ধ অসমীয়া ভাষালৈ ভাঙনি কৰা বাবে।
- সক্ৰিয় সদস্যসকল
এই পৃষ্ঠাখন শেহতীয়াভাৱে ৩১ অক্টোবৰ, ২০১২ ’ত ৭:৩৫ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।
- কৰ্মশালা
- শিক্ষা প্ৰকল্প
- প্ৰকাশিত বা-বাতৰি
- Assamese Wikipedia Education Program at GU assamtimes.org ৱেবছাইটত প্ৰকাশিত বাতৰি।
- অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প সম্পৰ্কে cis-india.org ত বি্স্তৃতভাৱে পঢ়ক।