ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: অক্টোবৰ, ২০১২

0
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে ,
যাৰ সংস্কৰণ নং হৈছে 1.21wmf2 (c42bb23)।
মুঠ প্ৰবন্ধ সংখ্যা 1,637টা।
মুঠ পৃষ্ঠা আছে 28,738 খন।
মুঠ সম্পাদনা কৰা হৈছে 99,996 বাৰ।
মুঠ 1,615টা ফাইল আপল’ড কৰা হৈছে।
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 5,572 জন,
সক্ৰিয় সদস্য 75 জন আৰু 6 জন প্ৰশাসক আছে।
এই তথ্যসমূহ 4 নৱেম্বৰ, 2012 তাৰিখৰ 07:28 বজালৈ প্ৰযোজ্য।
শেহতীয়া তথ্য চাওক

 

অক্টোবৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

ভাল প্ৰবন্ধ
অন্যান্য কেইটামান প্ৰবন্ধ উল্লেখনীয় প্ৰবন্ধ

শেহতীয়াভাৱে মৃত্যু হোৱা ব্যক্তি

 

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিত অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
নিৰ্বাচিত চিত্ৰ
অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম

 

উল্লেখনীয় ৱিকিপিডিয়া পদক

 

সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ৩১ অক্টোবৰ, ২০১২ ’ত ৭:৩৫ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

 

ক্ৰমিক নংসদস্যসম্পাদনা সংখ্যাবিস্তাৰিত সংযোগ
বিষ্ণু শইকীয়া (প্ৰশাসক)২,৫৭৯(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনিমেষ বৰা৬০১(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক)৩২৩(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
গীতাৰ্থ বৰদলৈ১৭৭(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
চন্দন চিৰিং ফুকন১২৭(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
উদ্দীপ তালুকদাৰ১০৯(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
নয়নজ্যোতি শৰ্মা১০০(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনামিকা বৰুৱা৯৬(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
বাবুল বৈশ্য৯০(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১০নিতুল বৰা৮২(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১১দিপাংকৰ চেতিয়া৫৫(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১২পংকজ জ্যোতি মহন্ত৪৮(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৩মাধৱ শ‍ইকীয়া৪২(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৪ধ্ৰুৱজ্যোতি শৰ্মা৩৮(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৫ভগত লাল দত্ত২৯(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৬মঞ্জিল কোঁৱৰ২২(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৭হিমজ্যোতি তালুকদাৰ২১(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৮জ্যোতি প্ৰকাশ নাথ১৬(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৯মানৱেন্দ্ৰ চহৰীয়া১৬(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
২০অম্লান বসুমতাৰী১১(আলোচনা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)

বিস্তৃত তালিকা….

 

 

 

কৰ্মশালা
  • শিক্ষা প্ৰকল্প
প্ৰকাশিত বা-বাতৰি

 

 

[ প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ ]
 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.