জন্ম

0

এটি সময়ৰ জন্ম,

সময়ৰ হাতত ৷

 

সময়ৰ পৰিচয়,

সময়ৰ অস্তিত্ব,

মাথো সময় ৷

 

সময়ৰ অহংকাৰঅতীত,

সময়ৰ দুখ বাস্তব,

সময়ৰ আশা ভবিষ্যত ৷

 

সময়ৰ ভূল

সময়ৰ ভয়৷

 

 

ৰূপকুমাৰ ডেকা,

তেজপুৰ বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply