এই প্ৰবন্ধটোত লিনাক্স উবুন্তু(linux ubuntu)ত কেনেকৈ অসমীয়া লিখিব লাগে এই বিষয়ে কিছুমান snapshot দিয়া হৈছে ৷ অনুগ্ৰহ কৰি সকলো বোৰ snapshot ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ চাব..
২)
৩)
৪) আপুনি ibus preferenceটো ওপৰতো পাব পাৰে .. ইয়াত win7 theme দিয়া আছে বাবে এইটো তলত আছে ..
৬)
৭)
৯)
( © বনজিৎ পাঠক, http://kuhipat.org
3 Comments
Ubuntu-ৰ উচ্চাৰণ উবুণ্টু (বা উবুন্তু) (uu-BUUN-too) হে হ’ব লাগে নেকি? অনুগ্ৰহ কৰি চাবচোন— http://en.wikipedia.org/wiki/Ubuntu_%28operating_system%29
ধন্যবাদ ৷ শুধৰাই দিয়া হ’ল ৷
মই হয়তো বুজাব নোৱাৰিম কিমান প্ৰয়োজনীয় প্ৰচেষ্টা এটা কৰা হৈছে। অশেষ ধন্যবাদ।