মই তোমাকে ভাল পাওঁ
কিয় ভাল পাওঁ তাকো নাজানো
মইও জানো তুমি এজনী আধুনিক যুগৰ প্ৰেম বুজি নোপোৱা ছোৱালী
প্ৰেম তোমাৰ বাবে মাথো এটা সংখ্যা
তোমাক এটা ডাঙৰ সংখ্যা লাগে
কিন্তু মই আজি তোমাক সুধিছোঁ কিয় লাগে তোমাক
এদিন তুমি বুজিবা
মই তোমাকে ভাল পাওঁ
মইও তোমাৰ বাবে প্ৰাৰ্থনা কৰিম
তুমি সুখী হোৱা, তুমি বিচৰা সংখ্যাটো বাবে
তুমি এদিন অনুভৱ কৰিৱা
মই আজিও তোমাকে ভাল পাওঁ ৷
এম. দত্ত
যান্ত্ৰিক অভিযান্ত্ৰিক ছাত্ৰ
তেজপুৰ বিশ্ববিদ্যালয়
4 Comments
নয়নজুৰি গাঠা
============
কেনে আছা আজি তুমি ,
ভালনে বাৰু তোমাৰ ?
হঠাৎ লগ পালো তোমাক
তোমাৰ কপালত জিলিকি আছিল
ৰক্ত বৰনীয়া ৰঙা সেন্দুৰ কণ।
সৌ সিদিনা তুমি পথাৰৰ একা বেকা বাতেৰে আহিছিলা
আৰু এতিয়া তুমি চহৰৰ পকি ৰাস্তা বিচাৰি মোৰ পৰা আতৰি গলা॥
অ বৰ ভাল লাগিল
ভাল লাগিল ।
বহুত ভাল লাগিলে ..
কিন্ত
আপোনালৈ এটা ৰিকুয়েস্ট আচে….
মোক এটা লভ লেটাৰ লাগে gf ৰ কাৰনে