এণ্ড্ৰইড ম’বাইলত অসমীয়া লিখিবৰ বাবে তলৰ চিত্ৰসমূহ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে চাওক:
১) Play store/ market নামৰ Icon টো স্পৰ্শ কৰক
( আপুনি যদি আগতে কোনো অন্য app marketৰ পৰা download বা install কৰিছে তেনেহ’লে সেই একে পদ্ধতিৰেই এই Multiling Keyboard খন download কৰি install কৰিব পাৰিব।)
যি সকলে আগতে market /play store ব্যৱহাৰ কৰা সেই সকলে প্ৰথমে নিজৰ gmail account টোৰেmarketত ল’গ ইন হ’ব লাগিব । )
২) “Mulitiling” বুলি search কৰিলে আপুনি multiling keyboard খন দেখা পাব।
৩) Install buttonটো স্পৰ্শ কৰক
৪) Accept & download button টো স্পৰ্শ কৰক।
৫) download হৈ থকাটো দেখা পাব।
৬) ওপৰত Successfully installed বাৰ্তাটো দেখা পাব।
৭) search কৰোতে আপুনি “assamese” (without quote) বিছাৰিব লাগিব।
৮) download হৈ থকাটো দেখা পাব।
৯) plug in টো install সম্পূৰ্ণ হ’ল।
১০) myalpha বুলি search কৰিলে Myalpha দেখা পোৱা যাব
১১) download হৈ থকাটো দেখা পাব। download সম্পূৰ্ণ হ’লে (বাকীখিনি আগৰ application দুয়োটাৰ দৰে একে বাবে চিত্ৰ সংযোগ কৰা নহ’ল)
( © বনজিৎ পাঠক, http://kuhipat.org )