অতিকে ঠুনুকা এই সময়ৰ বালিঘৰ…
যিমানেই যাম আগবাঢ়ি,
নাথাকিব ইয়াৰ কোনো অস্তিত্ব ৷
শূণ্যৰ লগত মিল হৈ যাব,
সেই সপোনবোৰ,
বিনিদ্ৰ ৰজনীৰ হুমুনিয়াহবোৰ ৷
মৰীচিকা প্ৰেয়সী,
এই হৃদয়ৰ কাতৰ ৷
– ৰূপকুমাৰ ডেকা,
তেজপুৰ বিশ্ববিদ্যালয়
অতিকে ঠুনুকা এই সময়ৰ বালিঘৰ…
যিমানেই যাম আগবাঢ়ি,
নাথাকিব ইয়াৰ কোনো অস্তিত্ব ৷
শূণ্যৰ লগত মিল হৈ যাব,
সেই সপোনবোৰ,
বিনিদ্ৰ ৰজনীৰ হুমুনিয়াহবোৰ ৷
মৰীচিকা প্ৰেয়সী,
এই হৃদয়ৰ কাতৰ ৷
– ৰূপকুমাৰ ডেকা,
তেজপুৰ বিশ্ববিদ্যালয়