২১ মাৰ্চ, ২০১৬ – আন্তৰ্জাতিক অৰণ্য দিৱস

0
21st March International-Day-of-Forests | Xondhan

21st March International-Day-of-Forests | Xondhan

প্ৰতিবছৰে ১৩ মিলিয়ন হেক্টৰতকৈ অধিক অৰণ্য ধ্বংশ হয় ৷ ইয়াৰ ফলত প্ৰকৃতিয়ে পৰিবেশৰ ভাৰসাম্য ৰখাত ব্যৰ্থ হোৱাৰ  লগতে  বিভিন্ন ধৰণে প্ৰাণী পৃথিৱীৰ পৰা চিৰকাললৈ হেৰাই গৈছে ৷ তদুপৰি অৰণ্যসমূহৰ ধ্বংশয়ে গোলকীয় উষ্ণতা বৃদ্ধিতো অৰিহণা যোগাইছে ৷  এই বিষয়ে সজাগতাৰ বাবে ২৮ নবেম্বৰ, ২০১২ চনত ৰাষ্ট্ৰসংঘই এক প্ৰস্তাৱযোগে প্ৰতিবছৰে ২১ মাৰ্চত আন্তৰ্জাতিক অৰণ্য দিৱস (International Day of Forests) হিচাপে পালন কৰাৰ সিদ্ধান্ত লয় ৷ এই উপলক্ষে প্ৰতিবছৰে বিভিন্ন চৰকাৰে  নৱপ্ৰজন্মৰ বাবে বিভিন্ন ধৰনৰ কাৰ্যসূচী হাতত লোৱা হয় ৷   পোনপ্ৰথমবাৰৰ বাবে ২০১৩ চনৰ ২১ মাৰ্চত পালন কৰা হয় ৷ ২০১৬ চনৰ বাবে বিষয়বস্তু “অৰণ্য আৰু পানী” ৷

অধিক জানিবৰ বাবে ক্লিক কৰক: 21st March | International Day of Forests

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.