বিখ্যাত বিজ্ঞানীৰ মনোগ্ৰাহী কাহিনী

0

নিকোলা_টেছলা (Nikola Tesla) পদাৰ্থ বিজ্ঞানৰ এজন স্মৰণীয় বিজ্ঞানী ৷ পদাৰ্থ বিজ্ঞানত তেওঁৰ লেখত লব লগা অৱদান আছে ৷ 1884 চনত তেওঁ ছাৰবিয়াৰ ৰ পৰা আমেৰিকালৈ আহে আৰু টমাছ আলভা এডিছনৰ সৈতে কাম কৰিবলৈ লয় ৷ radio, robotics আৰু electricityt তেওঁ কাম কৰিছিল ৷ তেওঁ কৰা বহু কামৰ কৃতিত্ব এডিছনেহে পাইছিল ৷ দৰাচলতে লাইট বাল্ব নিকলা টেছলাইহে আবিস্কাৰ কৰিছিল এডিছনে নহয় ৷ xondhan nikola teslaনিকোলা টেছলাৰ কিছুমান অসাধাৰন চৰিত্ৰ আছিল ৷ তেওঁ খুব সম্ভৱত Obsessive Compulsive Disorder (OCD) ত আক্ৰান্ত আছিল ৷ সামান্য ধুলি বালি লাগি থকা বস্ত , চুলি আদি তেও কেতিয়াও নুচুইছিল৷ pearl earrning আদিৰ দৰে গোলাকাৰ বস্তুবোৰও তেওঁ নুচুইছিল ৷ তিনি সংখ্যাটো(3) ৱে তেওক বিশেষভাবে আকৃষ্ট কৰিছিল ৷ কোনো এটা অট্টালিকাত প্ৰবেশ কৰা পূৰ্বে সেই অট্টালিকাটোৰ চাৰিওফালে তিনিপাক ঘুৰি লৈছিল ৷ প্ৰতিবাৰেই খাদ্য গ্ৰহণৰ আগতে প্লেট,চামুচ আদি নেপকিনেৰে চিকমিক কৰাকৈ ঘঁহি ঘঁহি পৰিস্কাৰ কৰিছিল ৷ তাৰ বাবে তেও প্ৰতিবাৰত সঠিককৈ ওঠৰখন নেপকিন ব্যৱহাৰ কৰিছিল ৷

  • ছানি উজ জামান
Share.

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.