ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: ছেপ্তেম্বৰ, ২০১২

0
অসমীয়া ৱিকিপিডিয়াৰ সাম্প্ৰতিক পৰিসংখ্যা
পৰিচালিত হৈছে মিডিয়াৱিকি ছফ্টৱেৰৰ জৰিয়তে ,
যাৰ সংস্কৰণ নং হৈছে 1.21wmf1 (dc5c2be)।
মুঠ প্ৰবন্ধ সংখ্যা 1,598টা।
মুঠ পৃষ্ঠা আছে 27,813 খন।
মুঠ সম্পাদনা কৰা হৈছে 95,731 বাৰ।
মুঠ 1,625টা ফাইল আপলোড কৰা হৈছে।
বৰ্তমান পঞ্জীভুক্ত ব্যৱহাৰকাৰী আছে 5,429 জন,
ইয়াৰ বাহিৰেও 6 জন প্ৰশাসক আছে।
এই তথ্যসমূহ 14 অক্টোবৰ, 2012 তাৰিখ; সময় 16:02ৰ বাবে প্ৰযোজ্য।
শেহতীয়া তথ্য চাওক

 

ছেপ্তেম্বৰ, ২০১২ ত অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:

ভাল প্ৰবন্ধ:

  পূৰ্বৰ প্ৰবন্ধসমূহ ……

নিৰ্বাচিত চিত্ৰ:

 

অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম:

 

উল্লেখনীয় ৱিকিপিডিয়া বঁটা:

 

সক্ৰিয় সদস্যসকল:

এই পৃষ্ঠাটো শেহতীয়াভাৱে ১২, অক্টোবৰ, ২০১২ ’ত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়াত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো নিৰীক্ষণ কৰিব পাৰে।

ক্ৰমিক নংসদস্যসম্পাদনা সংখ্যাবিস্তাৰিত সংযোগ
বিষ্ণু শইকীয়া (প্ৰশাসক)২,২৫৩(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনিমেষ বৰা৩৯১(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
প্ৰভাকৰ শৰ্মা নেওগ (প্ৰশাসক)৩৪০(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
বাবুল বৈশ্য১৭১(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
দিপাংকৰ চেতিয়া১৪৭(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
চন্দন চিৰিং ফুকন১২৭(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অনামিকা বৰুৱা১০৭(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
অভিজিত কলিতা১০২(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
উদ্দীপ তালুকদাৰ৭৫(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১০নয়নজ্যোতি শৰ্মা৬৯(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১১পংকজ জ্যোতি মহন্ত৪২(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১২গীতাৰ্থ বৰদলৈ৪০(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৩ধ্ৰুবজ্যোতি শৰ্মা৩৮(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৪ঈশান জ্যোতি বৰা২৪(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৫নিতুল বৰা২০(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)
১৬হিমজ্যোতি তালুকদাৰ১০(বাৰ্তা · বৰঙনিসমূহ · গোলকীয় বৰঙনি)

বিস্তৃত তালিকা….

অলপ সাহিত্য চৰ্চা:

ৱিকিপিডিয়া শীৰ্ষক এটা কবিতা

সূর্য্যোজ্বল ৱিকিপিডিয়াৰ বাটত

লিখক: চন্দন চিৰিং ফুকন

আঙুলিৰ দলঙেৰে নামি আহে
অযুত আখৰৰ সমদল
প্রতিডোখৰ অস্থিৰ মজ্জাগত বর্ণমালা
ধীৰে ধীৰে বাঢ়ে অসমীয়াৰ আয়ুসৰেখা
এখন এখনকৈ খুলি দিওঁ
বুঢ়া লুইতে নিজহাতে টুকি ৰখা
ইতিহাসৰ সাঁচিপতীয়া পৃষ্ঠাৰ দুৱাৰ
মোকলাই দিওঁ প্রতিজন জিজ্ঞাসুৰ বাবে
নগা পাহাৰৰ বুকুৰ সাঁচতীয়া কথাৰ ভঁৰাল
তাজমহলৰ পৰা মহাচীনৰ শৈল প্রাচীৰলৈকে
অৰণ্যগর্ভা আফ্রিকাৰ পৰা আৰৱীয় ঐতিহ্যলৈকে
সামৰি আনো তলুৱাত
গঙ্গা টেমছ নীলনদীৰ পাৰৰ পৰা
বুটলি বুটলি সাজোঁ তথ্যৰ মৌকোঁহ
অসমীয়া ৱিকিপিডিয়াৰ পাতত চিঞাহী বুলাই
ভুমুকিয়াই চাওঁ সংস্কৃতিৰ খোটালি
নিলগাই দিওঁ গোলকীয় সভ্যতাৰ আঁৰকাপোৰ
আৰু পৃথিৱীৰ প্রতিটো কোণৰ পৰা গাওঁ
অসমীয়া ভাষাৰ সূৰুযমুখী গীত।

— § § § —

[প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ  – উৎস: ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা :: ছেপ্তেম্বৰ, ২০১২]

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.