সাপ

0

তেওঁ মিচিকিয়াই হাঁহিলে
সপোন এটাত
আৰু অনুসৰণ কৰিলোঁ
তেওঁৰ খোজ
তেওঁ য’ত হেৰাল
তাত পৰি আছিল
কিচকিচিয়া এডাল সাপ
সাৰ পাই দেখো
সাপডাল মোৰ গাত!

– মণিকা দাস

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.