শ্ৰীকান্ত দত্ত গ্ৰন্থ ২০১৫

0

দিল্লীৰ নেহৰু মেম’ৰিয়েল মিউজিয়াম আৰু লাইব্ৰেৰীয়ে আগবঢ়োৱা ‘শ্ৰীকান্ত দত্ত গ্ৰন্থ’ বঁটাৰ বাবে গুৱাহাটী আই আই টিৰ ইতিহাসৰ সহযোগী অধ্যাপক অৰূপজ্যোতি শইকীয়া নিৰ্বাচিত হয় ৷ তেখেতৰ ২০১৪ত প্ৰকাশিত গ্ৰন্থ ‘A Century of Protests: Peasant Politics in Assam Since 1900’ৰ বাবে এই বঁটা লাভ কৰে ৷ বিংশ শতিকাৰ অসমৰ কৃষক আন্দোলনৰ ইতিহাস এই গ্ৰন্থৰ বিষয়বস্তু ৷ সন্ধানৰ পৰিয়ালৰ পৰা তেখেতলৈ অভিনন্দন থাকিল ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.