মোৰ হাতৰ চিগাৰেটটো বৰষুণে হুপিলে

0

মোৰ হাতৰ চিগাৰেটটো বৰষুণে হুপিলে

কাজল লৈ ওলোৱা মেঘৰঞ্জনীৰ

বেণী জিলিকিছে বিজুলী ৰঙেৰে

তাইৰ কপালৰ ৰঙাফোট, শিৰৰ ৰামধেনু

বৰষুণে অলপ আগতে ধুৱাই পেলালে

তাই যৌৱনা কন্যা ৷

মই তাইৰ দেহ চুৰ কৰোতে

বৰষুণে মোৰ চিগাৰেটটো হুপিলে …

 

– উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ

কটন কলেজ

৭৩৯৯৯৪১৮৯১

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.