মেঘৰ দুচকুত- তচনচ চুলিতাৰি

0

দূৰৈৰ আকাশত

টিক্-টিকিয়া ৰঙা বেলিটোৱে

গছপাতৰ মাজে ভূমুকিলে

অন্য এটা বেলিৰ

আৰক্ত দুগাললৈ মনত পৰে ৷

যদিওবা ব্যস্ত থাকে

শেতেলীৰ সম্ভানাময়ী মজিয়াত ৷

চুলিতাৰি পৰি থাকে,

মেঘেৰ দুচকুত-তচনচ ৷

 

– মানৱ জ্যোতি কলিতা,

নলবাৰী মহাবিদ্যালয়, নলবাৰী

ম’বাইল: ৯৫০৮৬-৩৮৩৮৩

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.