প্ৰভাত শৰ্মালৈ আবাহন থিয়েটাৰৰ ” ড° ভবেন্দ্ৰনাথ শইকীয়া বঁটা” প্ৰদান

0

অসমৰ জাতীয় জীৱনৰ অন্যতম পুৰোধা ব্যক্তি ড°  ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ স্মৃতিত আবাহন থিয়েটাৰে ২০১৪-১৫ বৰ্ষৰ ” ড° ভবেন্দ্ৰনাথ শইকীয়া বঁটা ” আগবঢ়াইছে বিষিষ্ট শিল্পী তথা প্ৰখ্যাত বাঁহীবাদক প্ৰভাত শৰ্মালৈ । এই বঁটাত আছে নগদ দহ হাজাৰ টকা, প্ৰশশ্তি পত্ৰ, অংগ বস্ত্ৰ আৰু আবাহনৰ প্ৰতীকবাদ এটা। আবাহন থিয়েটাৰৰ ৩৫ নং নাট্যবৰ্ষৰ উদ্বোধনী অনুষ্ঠানত শৰ্মাক এই বঁটা প্ৰদান কৰা হয়।

বাতৰি সংগ্ৰাহক:

ৰূপজ্যোতি কলিতা,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.