তুমি বাগদাদ

0

তুমি বাগদাদ

নহয়, মই বাগদাদ

 

আমেৰিকাৰ জুইত মোৰ সমস্ত দেহ দগ্ধ

মই বাগদাদ

তুমি ইউফ্ৰেটিছ ধুই-মছি নিছা সকলো ৰক্ত

 

মই বাগদাদ

তুমি মোৰ চকুলোৰ ইউফ্ৰেটিছ

বৈ থাকা, বৈয়েই থাকা

– বিপুল কুমাৰ দত্ত, নলবাৰী

মোবাইল : ৯৪৩৫৯-০২৫১৫

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.