জন্ম

0

এটি সময়ৰ জন্ম,

সময়ৰ হাতত ৷

 

সময়ৰ পৰিচয়,

সময়ৰ অস্তিত্ব,

মাথো সময় ৷

 

সময়ৰ অহংকাৰঅতীত,

সময়ৰ দুখ বাস্তব,

সময়ৰ আশা ভবিষ্যত ৷

 

সময়ৰ ভূল

সময়ৰ ভয়৷

 

 

ৰূপকুমাৰ ডেকা,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.