গ্ৰীষ্মৰ এটি ৰাতি

0

গ্ৰীষ্মৰ এটি ৰাতি

ঘামত তিতি বুৰি বস্ত্ৰহীন হওঁতে

তুমি মোৰ বুকুত মেৰিয়াই দিলা

নিৰাপত্তাৰ গামোচা

সেই ৰাতিয়ে মই বাহ বান্ধিলো

মোৰ খোলা ফাগুণ ফাগুণ চুলিত

তোমাক সাচিবলৈ … ৷ ৷

– উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ (কলা)

কটন কলেজ, গুৱাহাটী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.