গুৰুজী’ আদ্য শৰ্মা দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

0

অসমীয়া কলা-সংস্কৃতি জগতৰ মহীৰূহস্বৰূপ জীৱন শিল্পী তথা ‘গুৰুজী’ আদ্য শৰ্মা দেৱৰ যোৱা দেওবাৰে ২২ ফেব্ৰুৱাৰীত বিয়লী ৫.৪৭ বজাত নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় ৷ ৰং-তুলিকাৰ মাজত জীৱনৰ সন্ধান কৰা গুৰুজীৰ মৃত্যু ভ্ৰাম্যমাণ থিয়েটাৰ ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে সন্ধান‬ৰ পৰিয়ালৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.