কাতৰ হৃদয়ৰ মাত

0

অতিকে ঠুনুকা এই সময়ৰ বালিঘৰ…

যিমানেই যাম আগবাঢ়ি,

নাথাকিব ইয়াৰ কোনো অস্তিত্ব ৷

শূণ্যৰ লগত মিল হৈ যাব,

সেই সপোনবোৰ,

বিনিদ্ৰ ৰজনীৰ হুমুনিয়াহবোৰ ৷

মৰীচিকা প্ৰেয়সী,

এই হৃদয়ৰ কাতৰ ৷

– ৰূপকুমাৰ ডেকা,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.