এন্ধাৰ আৰু জীৱন

0

গধূলি নমাৰ লগে লগে

অৰুণে পাহাৰৰ সিপাটি পায়|

খিৰিকীৰ মাজেৰে জোনটিয়ে

লুকা ভাকুৰ খেল পাতে |

দুখনি আইৰ হাঁহালত

কোৰাচ-কেৰাহীৰ কাজিয়া

আনপিনে আধেলাত

কান্দোনৰ ৰোল তাইৰ পানীকেচুঁৱা ||

গভীৰ হয় নিশা

উৎপাত চলে এন্ধাৰৰ

একে জীৱ দুখন চাকনৈয়া |||

 

 

– নয়নী নাথ চৌধুৰী

কটন ৰাজ্যিক বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.