সংযোগবিচ্ছিন্ন

0

সংযোগবিচ্ছিন্ন হলেওঁ
সংযোগ সীমাৰ বাহিৰত
নহয় আমি ,
অ-দেখা দেশত তেওঁ
জোনাকৰ দেশত তুমি
হেঁৰুৱা বকুলৰ সুৱাস বিছাৰি
আমি যাম কেনি ?

– শংকৰ মহন্ত

মৰিগাওঁ

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.