যাত্ৰা ….

0

ক্লান্তৰ সাগৰত নাওঁ মেলি দিওঁ

তুলুং ভুটুং কৰি

বাট বুলাই যাওঁ ……

নাঁৱৰীয়াৰ বঠাৰ কোবত শিথিলতা নামে

পানীৰ ঢাৰত তীব্ৰতা বাঢ়ে ..৷

চাৱমেৰিণৰ অভাৱত প্ৰচণ্ড শিলটোক সাবটি ধৰে

জীৱনে অন্য এখন পৃথিৱীলৈ বাট আঙুলিয়াই দিয়ে ৷৷

 

–   নয়নী নাথ চৌধুৰী

     কটন ৰাজ্যিক বিশ্ববিদ্যালয়

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.