মোৰ হাতৰ চিগাৰেটটো বৰষুণে হুপিলে

0

মোৰ হাতৰ চিগাৰেটটো বৰষুণে হুপিলে

কাজল লৈ ওলোৱা মেঘৰঞ্জনীৰ

বেণী জিলিকিছে বিজুলী ৰঙেৰে

তাইৰ কপালৰ ৰঙাফোট, শিৰৰ ৰামধেনু

বৰষুণে অলপ আগতে ধুৱাই পেলালে

তাই যৌৱনা কন্যা ৷

মই তাইৰ দেহ চুৰ কৰোতে

বৰষুণে মোৰ চিগাৰেটটো হুপিলে …

 

– উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ

কটন কলেজ

৭৩৯৯৯৪১৮৯১

অন্যান্য লেখা :

Share.

Leave A Reply