মই যে তোমাকে ভাল পাও

1

মই তোমাকে ভাল পাও

কিয় ভাল পাও তাকো নাজানো

মইও জানো তুমি এজনী আধুনিক যুগৰ প্ৰেম বুজি নোপোৱা ছোৱালী

প্ৰেম তোমাৰ বাবে মাথো এটা সংখ্যা

তোমাক এটা ডাঙৰ সংখ্যা লাগে

কিন্তু মই আজি তোমাক সুধিছোঁ কিয় লাগে তোমাক

এদিন তুমি বুজিবা

মই তোমাকে ভাল পাও

মইও তোমাৰ বাবে প্ৰাৰ্থনা কৰিম

তুমি সুখী হোৱা, তুমি বিচৰা সংখ্যাটো বাবে

তুমি এদিন অনুভৱ কৰিবা

মই আজিও তোমাকে ভাল পাও

– এম.দত্ত

                                                                       যান্ত্ৰিকঅভিযান্ত্ৰিকছাত্ৰ

                                                                       তেজপুৰবিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

About Author

1 Comment

Leave A Reply