নি:সংগতা

0

এটি দুটি জোনাক

লগত লৈ

সপোন লাহে লাহে

নামি আহে

আৰু আকাশত জোন

ৰৈ যায় অকলশৰীয়া হৈ ৷

 

–      কস্মিতা শৰ্মা,

কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ,

পাঠশালা,

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ ৷

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.