নি:সংগতা

0

এটি দুটি জোনাক

লগত লৈ

সপোন লাহে লাহে

নামি আহে

আৰু আকাশত জোন

ৰৈ যায় অকলশৰীয়া হৈ ৷

 

–      কস্মিতা শৰ্মা,

কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ,

পাঠশালা,

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ ৷

অন্যান্য লেখা :

Share.

Leave A Reply