নিশ্চল জীৱন

0

তাই যেতিয়া মোৰ সংগ ত্যাগ কৰিলে

মধ্যাহ্ন আহাৰ গ্ৰহণৰ পিছত

মই পঢ়িলো এটি-দুটি মুহুৰ্ত্ত

কিন্তু, আচম্বিতে মই তাইক আকৌ চাব খুজিছিলোঁ ৷

আৰু মই চকুৰে দেখিছিলোঁ

তাইৰ আধা খোৱা চেণ্ডিউইচ

ৰুটি

লেইটুচ আৰু চালামি

সকলোবোৰ খাদ্য-সম্ভাৰতে জলমলাই আছিল

তাইৰ দাঁতৰ কামোৰৰ দাগ ৷

 

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.