তোমাৰ ডাইনিং টেবুলত

0

 

তুমি প্রথম পৃথিৱী
তুমি মোক ঘৃণা কৰা

তোমাৰ ডাইনিং টেবুল শুৱাই
ৰৈ আছে যি উৎকৃষ্ট খাদ্যসম্ভাৰ
সেয়াই মই

তুমি প্রথম পৃথিৱী
তুমি মোক ঘৃণা কৰা
মই তৃতীয় আবাসভূমি ।।

ফোন নং: ৯৪৩৫৯০২৫১৫

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.