তুলসী পাতৰ কিছু দৰকাৰী তথ্য

0

কাতি বিহুৰ উপলক্ষে “তুলসী” পাতৰ কেইটামান তথ্য

১/ তুলসী পাতৰ বোটানিকেল নাম “Ocimum sanctum”
২/ দিনে ৫টামানকৈ তুলসী পাত খালে মগজুৰ শক্তি বাঢ়ে।
৩/ ই তেজ পৰিস্কাৰ কৰে।
৪/ ইয়াৰ গোন্ধে মেলেৰিয়া, ডেংগু হোৱাত বাধা দিয়ে।
৫/ কিডনি পাথৰ নির্মুল কৰে।
৬/ তুলসীৰ ৰস খালে তেজৰ ক্লোষ্টৰেল নিয়মীয়া হয়।
৭/ হার্টৰ ৰোগীৰ বাবেও বহুত উপকাৰী।
৮/ কফ্ হোৱা সকলৰ বাবে উপযুক্ত।
৯/ ইয়াৰ গোন্ধে কীট-পতংগ নাশ কৰে,ভাইৰেল বেমাৰৰ পৰাও বাধা দিয়ে আদি।

গতিকে,আজি তুলসীৰ গুৰিত চাকি জ্বলাই তুলসীৰ উপকাৰিতাৰ কথা এবাৰ ভাৱক।

সংগ্ৰহ: শশাংক দেৱ শৰ্মা

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.