চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা ২০১৫ আৰু অমলপ্ৰভা দাস বঁটা ২০১৫

0

যোৱা ৪ মাৰ্চ ২০১৫ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০১০ আৰু ২০১৩ বৰ্ষৰ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’ আৰু ‘অমলপ্ৰভা দাস বঁটা’ প্ৰদান কৰে । ২০১০ আৰু ২০১৩ বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা ক্ৰমে ড° সুখ বৰুৱা আৰু মীনাক্ষি ভূঞালৈ আগবঢ়োৱা হয়, আনহাতে ২০১০ আৰু ২০১৩ বৰ্ষৰ অমলপ্ৰভা দাস বঁটা প্ৰদান কৰা হয় এলি আহমেদ আৰু মিলাদৈ মেদকক । অসমৰ নাৰীসকলৰ বাবে আদৰ্শৰ স্থল চন্দ্ৰপ্ৰভা শইকীয়া আৰু অমলপ্ৰভা দাসৰ আদৰ্শ জনমানত জীয়াই ৰখাৰ মানসেৰে অসম চৰকাৰে ২০০৬ চনৰ পৰা এই বঁটা প্ৰৱৰ্তন কৰিছে । সন্ধানৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে আন্তৰিক শুভেচ্ছা থাকিল

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.