কুইজ: ২য় বৰ্ষ, 8য় সংখ্যা

0

১) অল ইংলেণ্ড বেডমিন্টন চেম্পিয়নশ্চিপ জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ আছিল প্ৰকাশ পাডুকন। ১৯৮০ চনত কোনজন ইণ্ডোনেচিয়ান খেলুৱৈক পৰাজিত কৰি তেওঁ এই খিতাপ লাভ কৰিছিল ?

 

২) কাউণ্ট অৰ্লাণ্ড মাজ্জোটা বিখ্যাত আছিল আফগানিস্তান, ৰাছিয়া, জাৰ্মানী আদি দেশত কৰা ৰোমাঞ্চকৰ ভ্ৰমণৰ কাৰনে । তেওঁক আমি কি নামেৰে বেছিকৈ জানো?

 

৩) ডেৰাডুনৰ টাছী আৰু নুঙছী নামৰ ছোৱালী দুজনীয়ে অলপতে মাউন্ট এভাৰেষ্টত আৰোহন কৰি ‘গিনীজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ডচ’ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে । তেওঁলোকৰ এই আৰোহনৰ বিশেষত্ব কি ?

 

৪) ১৯৮৫ চনত বিশ্বৰ প্ৰথম মিচ্ ৱৰ্ল্ড খিতাপ জয় কৰা মহিলা গৰাকী এতিয়া শ্ৰীলংকা সংসদৰ এগৰাকী সদস্য । তেওঁৰ নামটো কি ?

 

৫) গ্ৰীক আখ্যান মতে স্পাৰ্টাৰ ৰজা মেনেলউচৰ সুন্দৰী পত্নী গৰাকীৰ নাম কি বাৰু?

৬) ছবিত থকা জন্তুটো চিনাক্ত কৰক ৷

চচমা-চকুৱা বান্দৰ

 

উত্তৰঃ

১) লিয়েম শ্বুৱেই কিং

২) নেতাজী সুভাষ চন্দ্ৰ বষু

৩) মাউন্ট এভাৰেষ্টত আৰোহন কৰা তেওঁলোক হ’ল বিশ্বৰ প্ৰথম যমজ ভগ্নী।

৪) ৰ’জী সেনানায়কে ।

৫) হেলেন

৬) চচমা-চকুৱা বান্দৰ ৷

 

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.