অসমৰ সু-সন্তান আশ্ৰাফুল হকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

0

বলিউডৰ অন্যতম সুদক্ষ অভিনেতা, তথা অসমৰ সু-সন্তান আশ্ৰাফুল হকৰ যোৱা ১৭ ফেব্ৰুৱাৰীত অকাল বিয়োগ হয় ৷ ‘নেশ্যনেল স্কুল অৱ ড্ৰামা’ৰ ডিগ্ৰধাৰী হক যোৱা তিনিটা দশক ধৰি বিভিন্ন ধৰনৰ চিনেমা, চিৰিয়েল তথা বিজ্ঞাপনৰ লগত জড়িত আছিল ৷ তেখেতে অভিনয় কৰা চিনেমাবোৰৰ ভিতৰত দিৱাৰ, মুম্বাই কাটিং, পান সিং ট’মাৰ, ফুক্ৰেই আদি অন্যতম আছিল ৷
তেখেতৰ চিৰশান্তিৰ বাবে সন্ধানৰ পৰিয়ালৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ..

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.